Grow GK

Assamese Literature MCQs (Set-2) (অসমীয়াত) | অসমীয়া সাহিত্য | For ADRE


Ver essential MCQs on the topic ” Assamese Literature MCQ / অসমীয়া সাহিত্য “(Set-2) (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

Assamese Literature MCQ

1. কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায়? 
a) ৰত্ন কন্দলী 
b) ভট্টদেৱ 
c) লক্ষ্মীনাথ বেজবৰুৱা
d) চন্দ্ৰ কুমাৰ আগৰৱালা

Ans:- b) ভট্টদেৱ 

Explanation:- ভট্টদেৱ 

এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়।
ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।
ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম ‘কথা-ভাগৱত’ ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে ‘কথা গীতা’, ‘কথা-ৰত্নাৱলী’ আদি গ্ৰন্থ ৰচনা কৰে।

2. ‘কথা-ভাগৱত’ নিম্নলিখিত কোনে ৰচনা কৰে ? 
a) ৰত্ন কন্দলী 
b) ভট্টদেৱ 
c) মাধৱদেৱ
d) গোপালআটা

Ans:- b) ভট্টদেৱ 

Explanation:- ভট্টদেৱ 

এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়।
ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।
ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম ‘কথা-ভাগৱত‘ ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে ‘কথা গীতা’, ‘কথা-ৰত্নাৱলী’ আদি গ্ৰন্থ ৰচনা কৰে।

3. ৰত্ন কন্দলী আৰু অৰ্জুন দাস বৈৰাগীৰ দ্বাৰা লিখা বুৰঞ্জী খনৰ নাম কি আছিল ?
a)ত্ৰিপুৰা বুৰঞ্জী 
b)কচাৰী বুৰঞ্জী 
c)অসম বুৰঞ্জী 
d)কামৰূপ বুৰঞ্জী

Ans:- a)ত্ৰিপুৰা বুৰঞ্জী 

Explanation:-

১৭২৪ চনত অৰ্জুন দাস বৈৰাগী এৰত্ন কন্দলীৰ সৈতে যুটীয়াকৈ ‘ত্ৰিপুৰা বুৰঞ্জী’ ৰচনা কৰে

4. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল? 
a)যতীন্দ্ৰ নাথ বৰুৱা
b)বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
c)গুনভিৰাম বৰুৱা
d)ৰজনীকান্ত বৰদলৈ

Ans:- a)যতীন্দ্ৰ নাথ বৰুৱা

Explanation:-

সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।

ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়।

১৯৫৪ চনৰ পৰা এই বঁটা  প্ৰদান আৰম্ভ কৰা  হৈছে ।

ভাষাসমূহহ’ল:  অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়,   গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী,    বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধী    আৰু হিন্দী।

5. অসমীয়া ভাষাৰ সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত কৰা প্ৰথম পুথি খনৰ নাম কি?
a)বনকুৱৰি
b)মিৰি জীয়াৰী
c)মৃত্যুঞ্জয়
d)বনফুল

Ans:- d)বনফুল

6. ইংৰাজী সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম জন কোন আছিল? 
a)নয়নতৰা চেহগল 
b)আৰ কে নাৰায়ণ 
c)ৰাজা ৰাও 
d)মুলক ৰাজ আনন্দ

Ans:- b)আৰ কে নাৰায়ণ 

Explanation:-

আৰ কে নাৰায়ণে ১৯৬০ চনত তেওঁৰ “দ্য গাইড” নামৰ কিতাপখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে।

আৰ কে নাৰায়ণ ইংৰাজীত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম লেখক আছিল।

7. ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিক জন কোন আছিল?
a) মামণি ৰয়ছম গোস্বামী।
b) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
c) জি শঙ্কৰ কুৰুপ ।
d)তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় ।

Ans:- c) জি শঙ্কৰ কুৰুপ ।

Explanation:-

  • জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান।
  • দ্য টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
  • ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়।
  • ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।

8. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক জন কোন আছিল?
a) মামণি ৰয়ছম গোস্বামী।
b) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
c)নীলমণি ফুকন।
d)ইমৰান শ্বাহ।

Ans:- b) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

Explanation:-

  • জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল।
  • বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।
  • ১৯৬১ চনত, তেওঁৰ ‘ঈয়াৰুইঙ্গম’ উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

9. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন বছৰত  জ্ঞানপীঠ বঁটা লাভ কৰিছিল ?
a) 1975
b) 1977
c) 1979
d) 1983

Ans:- b) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

Explanation:-

  • জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল।
  • বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।
  • ১৯৬১ চনত, তেওঁৰ ‘ঈয়াৰুইঙ্গম’ উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

10. ড° মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত  জ্ঞানপীঠ বঁটা লাভ কৰিছিল ?
a) 1975
b) 1977
c) 1979
d) 2000

Read More

অসমীয়া সাহিত্য Set-1
অসমীয়া সাহিত্য Set-3

Ans:- d) 2000

Explanation:-

  • তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰাগোস্বামী।
  • তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল।

11. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ উপন্যাস খনৰ নাম কি?
a) কবৰ আৰু ফুল ।
b) প্ৰতিপদ।
c)ঈয়াৰুইঙ্গম ।
d)মৃত্যুঞ্জয়।

Ans:- d)মৃত্যুঞ্জয়।

Explanation:-

  • জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল।
  • বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।
  • ১৯৬১ চনত, তেওঁৰ ‘ঈয়াৰুইঙ্গম’ উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

12. অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
a) হোমেন বৰগোহাঞি।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c)চৈয়দ আব্দুল মালিক।
d)ইমৰান শ্বাহ।

Ans:- b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।

Explanation:-

  • অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ।
  • ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ (Williamson Magor Group of Industries)  দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।  
  • ১৯৯০ চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক আছিল ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।

13. অসম উপত্যকা সাহিত্য বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হয়?
a)1985
b)1990
c)1999
d)2000

Ans:- d)2000

14. অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?
a) কৃষ্ণকান্ত সন্দিকৈ।
b) অম্বিকাগিৰি ৰায় চৌধুৰী।
c)শৰৎচন্দ্ৰ গোস্বামী ।
d)কমলা প্ৰসাদ আগৰৱালা।

Ans:- d)কমলা প্ৰসাদ আগৰৱালা।

Explanation:- অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’

  • অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি “মোৰ দেশ” নামেৰে ১৯১০ চনৰ মে’ মাহৰ বাঁহীত আৰু ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
  • গীতটোৰ সুৰকাৰ আছিল  কমলা প্ৰসাদ আগৰৱালা
  • এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। 

15. কিমান চনত অসম সাহিত্য সভাৰ জন্ম হয়?
a) 1909
b) 1907
c)1917
d)1921

Ans:- c)1917

Explanation:- অসম সাহিত্য সভা

  • অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত  ।
  • ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত।
  • ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। 
  •  শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ২০২০ চনৰ শুৱালকুছি, কামৰূপত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল কুল শইকীয়া ই।

16. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ  নাম কি আছিল?
a) কৃষ্ণকান্ত সন্দিকৈ।
b) পদ্মনাথ গোহাঞিবৰুৱা ।
c)লক্ষ্মীনাথ বেজবৰুৱা।
d)কমলা প্ৰসাদ আগৰৱালা।

Ans:- b) পদ্মনাথ গোহাঞিবৰুৱা ।

Explanation:- অসম সাহিত্য সভা

  • অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত  ।
  • ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত।
  • ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। 
  •  শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ২০২০ চনৰ শুৱালকুছি, কামৰূপত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল কুল শইকীয়া ই।

17. অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক জনৰ  নাম কি আছিল?
a) কৃষ্ণকান্ত সন্দিকৈ।
b) পদ্মনাথ গোহাঞিবৰুৱা ।
c)লক্ষ্মীনাথ বেজবৰুৱা।
d)শৰৎচন্দ্ৰ গোস্বামী ।

Ans:- d)শৰৎচন্দ্ৰ গোস্বামী ।

Explanation:- অসম সাহিত্য সভা

  • অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত  ।
  • ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত।
  • ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। 
  •  শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ২০২০ চনৰ শুৱালকুছি, কামৰূপত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল কুল শইকীয়া ই।

18. কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল?
a) 1950
b) 1951
c)1952
d)1953

Ans:- c)1952

Explanation:- বড়ো সাহিত্য সভা 

  • বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।
  • ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত।
  • ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়।
  • বড়ো সাহিত্য সভা সভাৰ প্ৰথমখন অধিবেশনৰ সভাপতিত্ব কৰিছিল জয় ভদ্ৰ হাগ্‌জেৰ। 
  • সোণাৰাম থাওছেন  বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 

19. বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ  নাম কি আছিল?
a) সোণাৰাম থাওছেন ।
b) জয় ভদ্ৰ হাগ্‌জেৰ ।
c)ড॰ কমলেশ্বৰ কুমাৰ ব্ৰহ্ম ।
d)কমলা কান্ত মছাহাৰী ।

Ans:- b) জয় ভদ্ৰ হাগ্‌জেৰ ।

Explanation:- বড়ো সাহিত্য সভা 

  • বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।
  • ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত।
  • ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়।
  • বড়ো সাহিত্য সভা সভাৰ প্ৰথমখন অধিবেশনৰ সভাপতিত্ব কৰিছিল জয় ভদ্ৰ হাগ্‌জেৰ। 
  • সোণাৰাম থাওছেন  বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 

20. বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক জনৰ  নাম কি আছিল?
a) সোণাৰাম থাওছেন ।
b) জয় ভদ্ৰ হাগ্‌জেৰ ।
c)ড॰ কমলেশ্বৰ কুমাৰ ব্ৰহ্ম ।
d)কমলা কান্ত মছাহাৰী ।

Ans:- a) সোণাৰাম থাওছেন ।

Explanation:- বড়ো সাহিত্য সভা 

  • বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।
  • ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত।
  • ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়।
  • বড়ো সাহিত্য সভা সভাৰ প্ৰথমখন অধিবেশনৰ সভাপতিত্ব কৰিছিল জয় ভদ্ৰ হাগ্‌জেৰ। 
  • সোণাৰাম থাওছেন  বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 

21. শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হয়?
a)1985
b)1986
c)1999
d)2000

Ans:- b)1986

Explanation:- শ্ৰীমন্ত শংকৰদেৱ বঁটা

  • অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক  শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে।
  • বৰ্তমানে প্ৰতি তিনি বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয়।

22. শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
a) কীৰ্তিনাথ হাজৰিকা।
b) ভূপেন হাজৰিকা ।
c)চৈয়দ আব্দুল মালিক।
d)মহেশ্বৰ নেওগ।

Ans:- a) কীৰ্তিনাথ হাজৰিকা।

Explanation:- শ্ৰীমন্ত শংকৰদেৱ বঁটা

  • অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক  শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে।
  • বৰ্তমানে প্ৰতি তিনি বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয়।
  • শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল কীৰ্তিনাথ হাজৰিকা

23. সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন? 
a)সুদক্ষিণা শৰ্মা 
b)অনুপমা ভট্টাচাৰ্য
c)প্ৰতিমা পাণ্ডে বৰুৱা 
d)আইদেউ সন্দিকৈ 

Ans:- c)প্ৰতিমা পাণ্ডে বৰুৱা 

Explanation:- সংগীত নাটক একাডেমী বঁটা

  • সংগীত নাটক একাডেমী বঁটা ভাৰতত কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। । 
  • ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। 
  • ১৯৫২ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।

24. দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন ?
a)ড॰  ভূপেন হাজৰিকা
b)ড॰  মামণি ৰয়ছম গোস্বামী
c)ড॰  ধ্ৰুবাজ্যোতি বৰা
d)ড॰ মালিনী

Ans:- b)ড॰  মামণি ৰয়ছম গোস্বামী

Explanation:- দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ

  • দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰটো ড॰  ইন্দিৰা গোস্বামীয়ে (ড॰  মামণি ৰয়ছম গোস্বামী) প্ৰতিষ্ঠা কৰিছিল।
  • এই কেন্দ্ৰটো ২০০৮ চনত মালয়েছিয়াৰ নুৰিয়া মহম্মদে উদ্বোধন কৰিছিল।

Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top