Grow GK

Assam Polity MCQ in Assamese | For any Competitive Exam in Assam


Most Important MCQs on ” Assam Polity MCQ in Assamese “. These questions are important for any Competitive Exam in Assam like ADRE, APSC, Assam Police, TET, etc.

Assam Polity MCQ

Q. নিম্নলিখিত কোনখন স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই?
a)বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল  ।
b)ডিমা হাচাও স্বায়ত্তশাসিত জিলা পৰিষদ।
c)কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ।
d)তিৱা স্বায়ত্তশাসিত পৰিষদ।

উত্তৰ : d)তিৱা স্বায়ত্তশাসিত পৰিষদ।

ব্যাখ্যা:- অসমত ভাৰতীয় সংবিধানৰ ষষ্ঠ-অনুসূচীৰ অধীনত 3 খন স্বায়ত্তশাসিত পৰিষদ আছে। 3 খন স্বায়ত্তশাসিত পৰিষদ হৈছে:

  1. বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ  (Bodoland Territorial Council)
  2. ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদ(Dima Hasao Autonomous District Council)
  3. কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ(Karbi Anglong Autonomous District Council)

Q. বিটিচিৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে?
a) 3
b) 4
c) 5
d) 6

উত্তৰ : b) 4

ব্যাখ্যা:- বিটিচিৰ অধীনত বৰ্তমানৰ চাৰিখন জিলা হৈছে- কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা। তামুলপুৰ পৰিষদৰ পঞ্চম জিলা হ’ব।

Q. অসমৰ বিধান পৰিষদত মুঠ আসনৰ সংখ্যা কিমান?
a)14
b)125
c)126
d)ওপৰৰ এটাও নহয় ।

উত্তৰ : d)ওপৰৰ এটাও নহয় ।

ব্যাখ্যা:-

  • অসমত বিধান পৰিষদ Legislative Council) নাই।
  • অসমত এখন বিধান সভা (Legislative Assembly) আছে য’ত ১২৬ টা সমষ্টি আছে।

Q. অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত?
a)নগাঁও
b)মাৰিগাঁও
c)কৰিমগঞ্জ
d)শিলচৰ

উত্তৰ : c)কৰিমগঞ্জ

ব্যাখ্যা:-

  • অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টি অনুসূচীত জাতিৰ (SC) বাবে সংৰক্ষিত।
  • আনহাতে, স্বায়ত্তশাসিত জিলা আৰু কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচীত জনজাতিৰ (ST) বাবে সংৰক্ষিত।

Q. অসম ৰাজ্যিক বিধানসভাত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ থাকে?
a)SC 8, ST 16
b)SC 16, ST 8
c)SC 18, ST 8
d)SC 16, ST 6

উত্তৰ : a)SC 8, ST 16

Q. স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
a)ছাৰ চৈয়দ মহম্মদ ছাদুল্লা 
b)ছাৰ মুহাম্মাদ চালেহ আকবৰ হায়দাৰী।
c)শ্ৰী চৈয়দ ফজল আলী
d)শ্ৰী জয়ৰামদাস দৌলতৰাম।

উত্তৰ : b)ছাৰ মুহাম্মাদ চালেহ আকবৰ হায়দাৰী।

Q. স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক কোনে “লোকপ্ৰিয়” উপাধিৰে বিভূষিত কৰিছিল?
a)ছাৰ চৈয়দ মহম্মদ ছাদুল্লা 
b)ছাৰ মুহাম্মাদ চালেহ আকবৰ হায়দাৰী।
c)শ্ৰী চৈয়দ ফজল আলী
d)শ্ৰী জয়ৰামদাস দৌলতৰাম।

উত্তৰ : d)শ্ৰী জয়ৰামদাস দৌলতৰাম।

ব্যাখ্যা:- তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।

Q. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
a)স্বৰ্গীয় বাবু বসন্ত কুমাৰ।
b)শ্ৰী কুলাধৰ চলিহা।
c)শ্ৰী লক্ষেশ্বৰ বৰুৱা।
d)দেৱেশ্বৰ শৰ্মা।

উত্তৰ : a)স্বৰ্গীয় বাবু বসন্ত কুমাৰ।

ব্যাখ্যা:-

Babu Basanta Kumar DasApril 7, 1937 – March 11, 1946

Q. নিম্নলিখিত কোন জন অসমীয়া ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটি ৰ সদস্য আছিল?
a)স্বৰ্গীয় বাবু বসন্ত কুমাৰ।
b)ছাৰ মুহাম্মাদ চালেহ আকবৰ হায়দাৰী ।
c)ছাৰ চৈয়দ মহম্মদ ছাদুল্লা ।
d)গোপীনাথ বৰদলৈক ।

উত্তৰ : c)ছাৰ চৈয়দ মহম্মদ ছাদুল্লা ।

ব্যাখ্যা:-

  • সংবিধান সভাৰ আটাইতকৈ গুৰত্বপৰ্ণ কমিটি খন আছিল খচৰা কমিটি ।
  • বি. আৰ. আম্বেদকাৰ খচৰা কমিটি ৰ সভাপতি আছিল।
  • এই কমিটিত মুঠ ৭ জন সদস্য আছিল, তাৰে এজন আছিল অসমৰ ছাৰ ছৈয়দ চাদুল্লা ।

Q. ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু __________ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে।
a)অৰুণাচল প্ৰদেশ।
b)মিজোৰাম।
c)নাগালেণ্ড।
d)ছিকিম।

উত্তৰ : b)মিজোৰাম।

Q. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে?
a)Article 371 A
b)Article 371 B
c)Article 371 C
d)Article 371 F

উত্তৰ : b)Article 371 B

ব্যাখ্যা:-

Article 371 Aনাগালেণ্ড ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা
Article 371 Bঅসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা
Article 371 Cমণিপুৰ ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা
Article 371 Fছিকিম  ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা
Article 371 Gমিজোৰাম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা
Article 371 Hঅৰুণাচল প্ৰদেশ  ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা

Q. কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল?
a)1971
b)1973
c)1975
d)1979

উত্তৰ : b)1973

ব্যাখ্যা:- মেঘালয় ১৯৭২ চনত অসমৰ পৰা এক সম্পূৰ্ণ ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল আৰু শ্বিলং দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হৈছিল। তাৰ পিছত অসম চৰকাৰে ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়।

Q. কিমান চনত, অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল?
a)1947
b)1950
c)1960
d)1971

উত্তৰ : c)1960

ব্যাখ্যা:-

  • অসম চৰকাৰী ভাষা আইন, ১৯৬০ অনুসৰি অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল।
  • 2014 চনত, বৰাক উপত্যকাৰ পৰা চৰকাৰী ভাষা হিচাপে অসমীক প্ৰত্যাহাৰ কৰা হৈছিল। বাংলা ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল ।

Q. পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল?
a) ৯ ছেপ্টেম্বৰ ১৯৪৭
b) ১ মাৰ্চ, ১৯৪৮
c)৫ এপ্ৰিল, ১৯৪৮
d)১৪ আগষ্ট ১৯৪৮

Read More

অসমীয়া সাহিত্য Set-1 অসমীয়া সাহিত্য Set-2
অসমীয়া সাহিত্য Set-3অসমৰ ভূগোল Set-1

উত্তৰ : c)৫ এপ্ৰিল, ১৯৪৮

ব্যাখ্যা:-

  • বৰ্তমানৰ গৌহাটী উচ্চ ন্যায়ালয় পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনা গৈছিল আৰু ইয়াক ১৯৪৮ চনৰ ৫ এপ্ৰিলত স্থাপন  কৰা হৈছিল ।
  • ইয়াক ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াই (H.C Kania) উদ্বোধন কৰে। ছাৰ আৰ. এফ. লজে (Sir R.F. Lodge) অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল।

Q. গৌহাটি উচ্চ ন্যায়ালয়ক শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল?
a)৯ ছেপ্টেম্বৰ ১৯৪৭
b) ১ মাৰ্চ, ১৯৪৮
c)৫ এপ্ৰিল, ১৯৪৮
d)১৪ আগষ্ট ১৯৪৮

উত্তৰ : d)১৪ আগষ্ট ১৯৪৮

ব্যাখ্যা:- গৌহাটি উচ্চ ন্যায়ালয়ক প্ৰথম অৱস্থাত শ্বিলঙত প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৮ চনৰ ৫ এপ্ৰিলত, কিন্তু ১৯৪৮ চনৰ ১৪ আগষ্টত ইয়াক গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল ।

Q. অসম উচ্চ ন্যায়ালয়ক কেতিয়া গৌহাটি উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল?
a)১৯৪৭
b)১৯৪৮
c)১৯৬৩ 
d)১৯৭১

উত্তৰ : d)১৯৭১

ব্যাখ্যা:- অসম উচ্চ ন্যায়ালয়ক ১৯৭১ চনত উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ {North-Eastern Areas (Reorganisation) Act, 1971 }ৰ দ্বাৰা গৌহাটি উচ্চ ন্যায়ালয় (Gauhati High Court) হিচাপে নামাকৰণ কৰা হয়।

Q. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ প্ৰথমজন কৰা  অসমীয়া কোন আছিল ?
a) হলিৰাম ডেকা।
b) ছাৰ আৰ. এফ. লজে ।
c)  ৰঞ্জন গগৈ ।
d) ন্যায়াধীশ সুধাংশু ধুলিয়া ।

উত্তৰ : a) হলিৰাম ডেকা।

ব্যাখ্যা:-

  • হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া ।
  • ১৯৪৮ চনত গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন হয় আৰু ন্যায়ালয়ৰ প্ৰথম গৰাকী পঞ্জীয়কৰূপে ডেকাই নিযুক্তি লাভ কৰে।
  • ১৯৬১ চনত প্ৰথম গৰাকী অসমীয়া হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আসনত অধিষ্ঠিত হয় ।

Q. উত্তৰ-পূব পৰিষদ (North Eastern Council(NEC)) কেতিয়া স্থাপন কৰা হৈছিল?
a)১৯৪৭
b)১৯৪৮
c)১৯৬৩ 
d)১৯৭১

উত্তৰ : d)১৯৭১

ব্যাখ্যা:-

  • উত্তৰ-পূব পৰিষদ (NEC) উত্তৰ-পূব পৰিষদ আইন, 1971(North Eastern Council Act, 1971)-ৰ দ্বাৰা স্থাপিত হৈছিল।
  • উত্তৰ-পূব পৰিষদখন উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰে গঠিত।
  • The Union Home Minster is ex-officio Chairman and the MoS(IC) DoNER is the ex-officio Vice-Chairman of the NEC.।

Q. কিমান চনত অসম লোক সেৱা আয়োগ (APSC) গঠন কৰা হৈছিল?
a) ১৯৩৭
b) ১৯৪৭
c) ১৯৪৮
d) ১৯৫১ 

উত্তৰ : a) ১৯৩৭

ব্যাখ্যা:- ভাৰত চৰকাৰ আইন, 1935-ৰ ব্যৱস্থা অনুসৰি 1 এপ্ৰিল, 1937 চনত অসম লোক সেৱা আয়োগ গঠিত হৈছিল।

Q. অসম লোক সেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল?
a) Mr. J. Hazlett
b) Mr. E.P. Burke
c) Mr. J.C. Higgins
d) Mr. A.J. Dash

উত্তৰ : a) Mr. J. Hazlett

ব্যাখ্যা:- লণ্ডনৰ এজন অৱসৰপ্ৰাপ্ত আইচিএছ বিষয়া শ্ৰীযুত জেমছ হেজেলেট APSC ৰ প্ৰথম অধ্যক্ষ হৈছিল।

Q. অসমৰ প্ৰথম লোকায়ুক্ত কোন আছিল?
a) Justice TC Das
b) Justice Chittaranjan Sharma 
c) Sri Nityananda Talukdar 
d) Mr. Kabindra Kr. Sarma

উত্তৰ : a) Justice TC Das

ব্যাখ্যা:-

  • অসম লোকায়ুক্ত আৰু উপ-লোকায়ুক্ত আইন, 1985-এ 12 ডিচেম্বৰ, 1986 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল।
  • মাননীয় শ্ৰীযুত ন্যায়াধীশ টিচি দাসে ১৯৮৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে প্ৰথম লোকায়ুক্ত, অসম হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

Q. এতিয়ালৈকে অসমত কিমান বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল?
a) 3 বাৰ
b) 4 বাৰ
c) 5 বাৰ
d) 6 বাৰ

উত্তৰ : b) 4 বাৰ

ব্যাখ্যা:-

1st Emergency12 December 1979 To5 December 1980359 days
2nd Emergency30 June 1981 To13 January 1982197 days
3rd Emergency19 March 1982 To27 February 1983345 days
4th Emergency28 November 1990 To30 June 1991214 days

Q. অসম তথ্যৰ অধিকাৰ আইন (Assam Right to Information Act) কেতিয়া প্ৰণয়ন কৰা হৈছিল?
a) 2000
b) 2001
c) 2002
d) 2003

উত্তৰ : c) 2002

ব্যাখ্যা:- অসম তথ্যঅধিকাৰ আইন, 2001(Assam Right to Information Act , 2001) 2002 চনৰ 7 মে তাৰিখে প্ৰণয়ন কৰা হৈছিল।

Q. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
a)২৬ জানুৱাৰী, ১৯৮৫
b)২ অক্টোবৰ ১৯৮৫
c)২৫ মাৰ্চ ১৯৮৫
d)১৫ আগষ্ট, ১৯৮৫

উত্তৰ : d)১৫ আগষ্ট, ১৯৮৫

ব্যাখ্যা:- ১৯৮৫ চনৰ ১৫ আগষ্টত ভাৰত চৰকাৰ, অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থা , সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল।

Q. অসম চুক্তিৰ বিভিন্ন দফা  ৰূপায়ণ কৰাৰ বাবে কেতিয়া “অসম চুক্তি ৰূপায়ণ বিভাগ “ৰ স্থাপন কৰা হৈছিল?
a)1985
b)1986
c)1990
d)1991

উত্তৰ : b)1986

ব্যাখ্যা:- অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণ ৰ বাবে ১৯৮৬ চনত “অসম চুক্তি ৰূপায়ণবিভাগ “ৰ নামত এটা নতুন বিভাগ স্থাপন কৰা হৈছে।

Q. অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰীৰ নাম কি?
a) প্ৰমীলা ৰাণী ব্ৰহ্ম
b) বিজয়া চক্ৰৱৰ্তী
c) শ্বৰিফা বেগম
d) অজন্তা নেওগ

উত্তৰ : d) অজন্তা নেওগ

Q. কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ, অসম গঠন কৰা হৈছিল?
(a) 1947
(b) 1950
(c) 1951
(d) 1994

উত্তৰ : (d) 1994

ব্যাখ্যা:- ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 243 Kআৰু 243 ZA -ৰ ব্যৱস্থাৰ অধীনত 1994 চনৰ মে মাহত ৰাজ্যিক নিৰ্বাচন আয়োগ, অসম গঠন কৰা হৈছিল।

Q. নিম্নলিখিত কোনটো প্ৰতিষ্ঠানে অসমত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰে?
a) ভাৰতৰ নিৰ্বাচন আয়োগ।
b) ৰাজ্যিক নিৰ্বাচন আয়োগ, অসম।
c) পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।
d) ওপৰৰ কোনোটো নহয়।

উত্তৰ : b) ৰাজ্যিক নিৰ্বাচন আয়োগ, অসম।

Q. অসমৰ প্ৰথম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত কোন আছিল?
a) Late T. L. Barua
b) Sri D. C. Borthakur
c) Sri Abdul Malik
d) Shri Alok Kumar

উত্তৰ : a) Late T. L. Barua

Q. কিমান চনত ৰাজ্যিক বিত্ত আয়োগ, অসম  গঠন কৰা হৈছিল?
(a) 1947
(b) 1950
(c) 1994
(d) 1995

উত্তৰ : (d) 1995

ব্যাখ্যা:- অসম বিত্ত আয়োগটো অসমৰ ৰাজ্যপালে 1995 চনৰ 23 জুনত পঞ্চায়ত আৰু পৌৰসভা বোৰৰ বিত্তীয় স্থিতি পৰ্যালোচনা কৰিবলৈ গঠন কৰিছিল।

Q. অসমৰ প্ৰথম অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল?
a)যোগেন্দ্ৰ নাথ হাজৰিকা
b)গোলাপ বৰবৰা
c)প্ৰফুল্ল কুমাৰ মহন্ত 
d)কেশৱ চন্দ্ৰ গগৈ

উত্তৰ : b)গোলাপ বৰবৰা

ব্যাখ্যা:- ১৯৭৮ চনত গোলাপ বৰবৰাৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনেই প্ৰথমখন কংগ্ৰেছ বিৰোধী চৰকাৰআছিল ।

Q. অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল?
a)২৬ জানুৱাৰী ১৯৫০
b)২৬ নৱেম্বৰ ১৯৪৯
c)১৫ আগষ্ট ১৯৪৭
d)২৬ জানুৱাৰী ১৯৪৭

উত্তৰ : a)২৬ জানুৱাৰী ১৯৫০

Q. মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত, নিম্নলিখিত কোনখন জিলাত অসমত গণভোট (referendum) অনুষ্ঠিত হৈছিল?
a)চিলেট
b)লখিমপুৰ
c)ধুবুৰি
d)গোৱালপাৰা

উত্তৰ : a)চিলেট

Q. ৰাজ্য সভাৰ সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া মহিলাৰ নাম কি?
a) পুষ্পলতা দাস।
b) সুচিব্ৰতা ৰায়চৌধুৰী ।
c) পাৰুল দাস ।
d) মীৰা শৰ্মা ।

উত্তৰ : a) পুষ্পলতা দাস।

ব্যাখ্যা:-

  • পুষ্পলতা দাস  ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্য সভা ৰ সাংসদ আছিল।
  • তেওঁ ৰাজ্য সভাৰ সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা আছিল।
  • তেওঁ শান্তি বাহিনী আৰু মৃত্যু বাহিনী নামৰ দুটা সংগঠন গঠন কৰিছিল।

Q. বিটিচি কেতিয়া স্থাপন কৰা হৈছিল?
a) 2001
b) 2002
c) 2003
d) 2004

উত্তৰ : c) 2003

ব্যাখ্যা:-

  • ২০০৩ চনত ভাৰত চৰকাৰ আৰু বড়ো লিবাৰেচন টাইগা্ৰ মাজত হোৱা এক শান্তি চুক্তিৰ পাছত বিটিচিৰ স্থাপন হয় আৰু ২০০৩ চনৰ পৰা ই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত কাৰ্যকৰী হৈ আহিছে |
  • বিটিচিৰ প্ৰথম কাৰ্যনিৰ্বাহক সদস্য আছিল হাগ্ৰামা মহিলাৰী | 

Q. বিটিচি বিধান সভাত কিমান জন সদস্য আছে?
a) 40
b) 45
c) 46
d) 50

উত্তৰ : c) 46

ব্যাখ্যা:- বৰ্তমান বিটিচি বিধান সভাত 46জন সদস্য আছে। ইয়াৰ ভিতৰত, 40 জন সদস্য নিৰ্বাচিত হয় আৰু 6 জন সদস্যক অসমৰ ৰাজ্যপালে মনোনীত কৰে।

Q. বিটিচিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
a)চিৰাং টাউন
b)বাক্সা টাউন
c)ওদালগুৰি টাউন
d)কোকৰাঝাৰ টাউন

উত্তৰ : d)কোকৰাঝাৰ টাউন

ব্যাখ্যা:- বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (বিটিচি)মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ টাউনত অৱস্থিত|

Q. ভাৰতৰ স্থানীয় স্বায়ত্ব শাসনৰ  জনক হিচাপে কাক জনা যায়?
a) Lord Rippon
b) Lord Armhest
c) Lord Chelmsford
d) Lord Irwin

উত্তৰ : a) Lord Rippon

Q. অসমৰ কোনখন পঞ্চায়ত আইনে ভাৰতৰ সংবিধানৰ 73 তম সংশোধনী আইন, 1992-ৰ নিয়ম সমূহ অন্তৰ্ভুক্ত কৰিছে ।
(a) The Assam Rural Panchayat Act, 1948
(b) The Assam Panchayat Act, 1959
(c) The Assam Panchayati Raj Act, 1986
(d) The Assam Panchayat Act,1994

উত্তৰ : (d) The Assam Panchayat Act,1994

Q. নিম্নলিখিত কোনপঞ্চায়ত ৰাজ আইনে অসমত তিনি তৰপীয়া  পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰিছে?
a)The Assam Rural Panchayat Act, 1948
b)The Assam Panchayat Act, 1959
c)The Assam Panchayati Raj Act, 1986
d)The Assam Panchayat Act,1994

উত্তৰ : (d) The Assam Panchayat Act,1994

Q. অসমত পঞ্চায়ত নিৰ্বাচনত মহিলাৰ আসন সংৰক্ষণৰ শতাংশ হৈছে_____
a) 33 %
b) 35 %
c) 40 %
d) 50 %

উত্তৰ : d) 50 %

Q. অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
a) 1986
b) 1994
c) 1996
d) 1999

উত্তৰ : c) 1996

Q. অসমত কিমানখন গাঁও পঞ্চায়ত আছে?
a) 1996
b) 2000
c) 2200
d) 2201

উত্তৰ : d) 2201

LevelName of PRINumbers
District PanchayatZilla Parishad21
Intermediate PanchayatAnchalik Panchayat185
Village PanchayatGaon Panchayat2201

Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top