Grow GK

অসমৰ ভূগোল MCQ | Assam Geography MCQ (Set -4) | For any Competitive Exam


Ver essential Assam Geography MCQ / অসমৰ ভূগোল (Set-4). (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

অসমৰ ভূগোল MCQ

1.জাতিঙ্গা কোনখন নদীৰ উত্তৰ পাৰৰ উপনদী?
a) ব্ৰহ্মপুত্ৰ
b) বৰাক
c) সুবানচিৰি
d) কপিলি

উত্তৰ: b) বৰাক

ব্যাখ্যা :- বৰাক

  • উত্তৰ পাৰৰ উপনৈ:- জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River)
  • দক্ষিণ পাৰৰ উপনৈ:- সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River)

2. ডিমা হাচাও জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?
a)খাচী পাহাৰ
b)জয়ন্তীয়া পাহাৰ
c)বৰাইল পাহাৰ
d)ওপৰৰ এটাও নহয়

উত্তৰ: c)বৰাইল পাহাৰ

3. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
a)জয়ন্তীয়া পাহাৰ
b)বৰাইল পাহাৰ
c)খাচী পাহাৰ
d)ওপৰৰ এটাও নহয়

উত্তৰ: b)বৰাইল পাহাৰ

4. কাজিৰঙাক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়?
a) 1974
b) 1985
c) 1990
d) 1991

উত্তৰ: a) 1974

ব্যাখ্যা :- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

  • অৱস্থান – গোলাঘাট, নগাওঁ
  • ১৯৭৪ চনত কাজিৰঙা উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।
  • ১৯৮৫ চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। 
  • ইয়াক ২০০৬ চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল।

5. মানস ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?
a) 1974
b) 1985
c) 1990
d) 2006

উত্তৰ: c) 1990

ব্যাখ্যা :- মানস ৰাষ্ট্ৰীয় উদ্যান

  • অৱস্থান- চিৰাং আৰু বাক্সা জিলা
  • ই 1974 চনত টাইগাৰ ৰিজাৰ্ভ হৈ পৰে, 1985 চনত বিশ্ব ঐতিহ্যক্ষেত্ৰ, আৰু 1989 চনত এটা জৈৱমণ্ডল সংৰক্ষণ, ১৯৯০ চনত এটা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।

6. ডিব্ৰু-ছৈখোৱাক কেতিয়া সংৰক্ষিত জৈৱ মণ্ডল(Bio Sphere Reserved) বুলি ঘোষণা কৰা হৈছিল?
A. 1974
B. 1985
C. 1997
D. 2006

উত্তৰ: C. 1997

ব্যাখ্যা :- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

  • ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান খন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত।
  • ১৯৯৫ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল।
  • 1997 চনত, ডিব্ৰু-ছৈখোৱা জৈৱমণ্ডল সংৰক্ষণ ঘোষণা কৰা হৈছিল।
  • 1999 চনত, ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।

7. ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?
A. 1974
B. 1985
C. 1997
D. 1999

উত্তৰ: D. 1999

ব্যাখ্যা :- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

  • মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ ।
  • দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত  ।
  • ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়।

8. ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ ওপৰত পোৱা মাটি হৈছে-
a) (Alluvial Soil )পলসুৱা মাটি
b) (Laterite Soil) লেটাৰইট মাটি
c) (Loamy Soil) ল’মি মাটি
d) (Red Soil) ৰঙা মাটি

উত্তৰ: a) (Alluvial Soil )পলসুৱা মাটি

9. অসমত চূণশিলৰ মুখ্য সংৰক্ষণ আছে —
a) কোকৰাঝাৰ আৰু বাক্সা
b) কাৰ্বি আংলং আৰু ডিমা হাচাও
c) গোৱালপাৰা আৰু কোকৰাঝাৰ
d) ডিমা হাচাও আৰু কাছাৰ

উত্তৰ: b) কাৰ্বি আংলং আৰু ডিমা হাচাও

10. নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ?  
a) গুৱাহাটী শোধনাগাৰ
b) নুনমাটি শোধনাগাৰ
c) ডিগবৈ  শোধনাগাৰ
d) নুমালিগড়

Read More

অসমীয়া সাহিত্য Set-1 অসমীয়া সাহিত্য Set-2
অসমীয়া সাহিত্য Set-3অসমৰ ভূগোল Set-1

উত্তৰ: c) ডিগবৈ  শোধনাগাৰ

ব্যাখ্যা :- ডিগবৈ তিনিচুকীয়া জিলাৰ এখন চহৰ। ডিগবৈ ক অসমৰ তেল চহৰ বুলি জনা যায় য’ত এছিয়াৰ প্ৰথম তেল কুঁৱাখন খনন কৰা হৈছিল। ডিগবৈ শোধনাগাৰটো ১৯০১ চনত আৰম্ভ কৰা হৈছিল।

11. নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত?
a) Pre-monsoon season(প্ৰাক-মৌচুমী ঋতু)
b) Monsoon season(মৌচুমী ঋতু)
c) Retreating monsoon season (বাৰিষাঋতু পিছুৱাই যোৱা)
d) Winter season (শীতকাল)

উত্তৰ: a) Pre-monsoon season(প্ৰাক-মৌচুমী ঋতু)

12. বৰ্তমান অসমত কিমানখন জিলা আছে?
a) 27
b) 29
c) 32
d) 35

উত্তৰ: d) 35

13. বৰ্তমান অসমত কিমানখন মহকুমা আছে?
a) 56
b) 65
c) 80
d) 95

উত্তৰ: c) 80

14. বৰ্তমান অসমত কিমানটা উন্নয়ন খণ্ড আছে?
a) 119
b) 185
c) 220
d) 219

উত্তৰ: d) 219

15. বৰ্তমান অসমত কিমানখন গাঁও পঞ্চায়ত আছে?
a) 2000
b) 2001
c) 2202
d) 2220

উত্তৰ: c) 2202

16. মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাৰ নাম কি?
a) কাৰ্বি আংলং
b) ডিমা হাচাও
c) কোকৰাঝাৰ
d) নগাঁও

উত্তৰ: a) কাৰ্বি আংলং

17. অসমৰ আটাইতকৈ ডাঙৰ কৃষি ভিত্তিক উদ্যোগটোৰ নাম কি?
a) মৰাপাট উদ্যোগ (jute industry)
b) চাহ উদ্যোগ (tea industry)
c) তেল উদ্যোগ (oil industry)
d) ইটা উদ্যোগ (brick industry)

উত্তৰ: b) চাহ উদ্যোগ (tea industry)

18. কাজিৰঙাক কোন বছৰত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল?
A. 1974
B. 1985
C. 1990
D. 2006

উত্তৰ: D. 2006

19. নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা নাই?
a) কৰিমগঞ্জ
b) কাচাৰ
c) ধুবুৰী
d) হাইলাকান্দি

উত্তৰ: d) হাইলাকান্দি

ব্যাখ্যা :-  বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা জিলাসমূহৰ নাম হৈছে —–

  • কৰিমগঞ্জ-বাংলাদেশ – 3 কিমি
  • কাছাৰ-বাংলাদেশ – 70 কিমি
  • ধুবুৰী-বাংলাদেশ – ৯০ কিমি
  • দক্ষিণ চালমাৰা মানকাচাৰ-বাংলাদেশ- 63.00 কিমি

20. অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
a) কাচাৰ
b) ধুবুৰী
c) হাইলাকান্দি
d) কৰিমগঞ্জ

উত্তৰ: b) ধুবুৰী

21. আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত:
(A) কামৰূপ (মেট্ৰো)
(B) দৰং
(C) বৰপেট
(D) শোনিতপুৰ

উত্তৰ: (A) কামৰূপ (মেট্ৰো)

22. নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয়?
a) কলং
b) জীয়া ভৰলু
c) মানস
d) সোৱণশিৰি

উত্তৰ: a) কলং

ব্যাখ্যা :-  

উত্তৰ পাৰৰ উপনৈদক্ষিণ পাৰৰ উপনৈ
 গঙ্গাধৰ
গাভৰু  
চম্পাৱতী  
জীয়া
ধনশিৰি  
জীয়া ভৰলু  
ডিক্ৰং  
পাগলাদিয়া  
বৰগাং  
বৰনদী  
বুৰৈ  
মানস  
ৰঙানৈ  
সৰলভাগা  
সোণকোষ
সোৱণশিৰি
কপিলী
 কলং  
কাকডোঙা
 কুলগী  
কৃষ্ণাই  
জাঁজী  
জিঞ্জিৰাম  
জিনাৰী  
ডিগাৰু
 ডিব্ৰু  
দিখৌ  
দিচাং  
দুধনৈ  
ধনশিৰি  
বুঢ়ী দিহিং
 ভোগদৈ

23. নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী নহয়?
a) ডিগাৰু
b) কপিলী
c) মানস
d) কৃষ্ণাই

উত্তৰ: c) মানস

24. অসমত কোন প্ৰকাৰৰ অৰণ্য বিস্তৃতভাৱে পোৱা যায়? 
a)Decidious Forest
b)Evergreen Forest
c)Tropical Decidious
d)Tropical Grassland

উত্তৰ: c)Tropical Decidious


Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top