Grow GK

অসমৰ ভূগোল MCQ | Assam Geography MCQ (Set -6) | ২০১১ চনৰ লোকপিয়ল


Very essential Assam Geography MCQ / অসমৰ ভূগোল (Set-4). (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

1) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য জনসংখ্যা কিমান শতাংশ আছিল?
a) 83.90 %
b) 84.30 %
c )85.50 %
d) 85.90 %

উত্তৰ: b) 8

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত নগৰীয়া জনসংখ্যাৰ শতাংশ আছিল ১৪.১০ %
  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত গ্ৰাম্য জনসংখ্যাৰ শতাংশ আছিল ৮৫.৯০ %

2) 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ  ৰাজ্যসমূহৰ মাজত জনসংখ্যাৰ হিচাপত অসমৰ স্থান কিমান?
a) 14th
b) 15th
c) 16th
d) 17th

উত্তৰ: b) 15th

3) ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত অসমৰ স্থান কিমান?
a) 13th
b) 14th
c) 15th
d) 16th

উত্তৰ: c) 15th

4) 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ  ৰাজ্যসমূহৰ মাজত মাটিকালি হিচাপত অসমৰ স্থান কিমান?
a) 14th
b) 15th
c) 16th
d) 17th

উত্তৰ: c) 16th

5) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ – মহিলাৰ অনুপাত কিমান?
a) 935
b) 963
c) 974
d) 958

উত্তৰ: d) 958

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ – মহিলাৰ ( sex-ration) অনুপাত আছিল ৯৫৮।
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ পুৰুষ – মহিলাৰ অনুপাত আছিল ৯৪৩।

6) নিম্নলিখিত কোনখন জিলাত 2011 চনৰ লোকপিয়ল অনুসৰি লিংগ অনুপাত সৰ্বনিম্ন আছিল?
a) বাক্সা
b) যোৰহাট
c) ডিমা হাছাও
d) দৰং

উত্তৰ: c) ডিমা হাছাও

ব্যাখ্যা :-

  • ডিমা হাছাও জিলাৰ লিংগ অনুপাত ৯৩২ আছিল ।
  • আৰু অসমৰ লিংগ অনুপাত ৯৫৮ আছিল ।

7) নিম্নলিখিত কোনখন জিলাত 2011 চনৰ লোকপিয়ল অনুসৰি লিংগ অনুপাত সৰ্বাধিক আছিল?
a) বাক্সা
b) যোৰহাট
c) ডিমা হাছাও
d) দৰং

উত্তৰ: a) বাক্সা

ব্যাখ্যা :-

  • বাক্সা জিলাৰ লিংগ অনুপাত ৯৭৪ আছিল ।
  • ডিমা হাছাও জিলাৰ লিংগ অনুপাত ৯৩২ আছিল ।
  • আৰু অসমৰ লিংগ অনুপাত ৯৫৮ আছিল ।

8) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ অনুপাত কিমান?
a) 17.07 %
b) 17.64 %
c) 18.92 %
d) 19.01 %

উত্তৰ: a) 17.07 %

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ অনুপাত আছিল ১৭.০৭ %
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ অনুপাত আছিল ১৭.৬৪ %

9) 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল ?
a) কোকৰাঝাৰ
b) যোৰহাট
c) ধুবুৰী
d) মৰিগাঁও

উত্তৰ: c) ধুবুৰী

ব্যাখ্যা :-

  • 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ২৪.৪৪ % ।
  • আনহাতে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ অনুপাত আছিল ১৭.০৭ % ।

10) 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বনিম্ন আছিল ?
a) কোকৰাঝাৰ
b) যোৰহাট
c) ধুবুৰী
d) মৰিগাঁও

Read More

অসমীয়া সাহিত্য Set-1 অসমীয়া সাহিত্য Set-2
অসমীয়া সাহিত্য Set-3অসমৰ ভূগোল Set-1

উত্তৰ: a) কোকৰাঝাৰ

ব্যাখ্যা :-

  • 2011 চনৰ লোকপিয়ল অনুসৰি কোকৰাঝাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ৫.২১% ।
  • 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ২৪.৪৪ % ।
  • আনহাতে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ অনুপাত আছিল ১৭.০৭ % ।

11) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান আছিল ?
a) 66.27 %
b) 72.19 %
c) 77.85 %
d) 88.47 %

উত্তৰ: a) 66.27 %

ব্যাখ্যা :- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ আছিল ৬৬.২৭ %

12) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ সাক্ষৰতাৰ হাৰ কিমান আছিল ?
a) 66.27 %
b) 72.19 %
c) 77.85 %
d) 88.47 %

উত্তৰ: c) 77.85 %

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ আছিল ৬৬.২৭ % ।
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ সাক্ষৰতাৰ হাৰ আছিল ৭৭.৮৫ %।

13) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ কিমান আছিল ?
a) 66.27 %
b) 72.19 %
c) 77.85 %
d) 88.47 %

উত্তৰ: b) 72.19 %

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ আছিল ৬৬.২৭ % ।
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ সাক্ষৰতাৰ হাৰ আছিল ৭৭.৮৫ %।
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ আছিল ৭২.১৯ %।

14) 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ধুবুৰী
d) দৰং

উত্তৰ: a) কামৰূপ (মেট্ৰো)

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ (মেট্ৰো) জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আছিল ।
  • আৰু কামৰূপ (মেট্ৰো) জিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৮৮.৭১ |
  • আনহাতে অসমৰ মুঠ সাক্ষৰতাৰ হাৰ আছিল ৭২.১৯ %।

15) 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ধুবুৰী
d) দৰং

উত্তৰ: c) ধুবুৰী

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন আছিল ।
  • আৰু ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৫৮.৩৪ % |
  • ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ (মেট্ৰো) জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আছিল ।
  • আৰু কামৰূপ (মেট্ৰো) জিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৮৮.৭১ % |
  • আনহাতে অসমৰ মুঠ সাক্ষৰতাৰ হাৰ আছিল ৭২.১৯ %।

16) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ডিমা হাছাও
d) দৰং

উত্তৰ: c) ডিমা হাছাও

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম আছিল
  • ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব আছিল ৪৪ (44)

17) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ডিমা হাছাও
d) দৰং

উত্তৰ: a) কামৰূপ (মেট্ৰো)

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম আছিল
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ (মেট্ৰো) জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আছিল
  • কামৰূপ (মেট্ৰো) জিলাৰ জনসংখ্যাৰ ঘনত্ব আছিল ১৩১৩

18) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ডিমা হাছাও
d) কাৰ্বি আংলং

উত্তৰ: d) কাৰ্বি আংলং

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখন আছিল কাৰ্বি আংলং
  • কাৰ্বি আংলং জিলাৰ মাটিকালি আছিল ১০৪৩৪ বৰ্গ কিলোমিটাৰ।

19) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বনিম্ন জিলাখনৰ নাম কি আছিল ?
a) কামৰূপ (মেট্ৰো)
b) যোৰহাট
c) ডিমা হাছাও
d) কাৰ্বি আংলং

উত্তৰ: a) কামৰূপ (মেট্ৰো)

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখন আছিল কাৰ্বি আংলং
  • কাৰ্বি আংলং জিলাৰ মাটিকালিৰ আছিল ১০৪৩৪ বৰ্গ কিলোমিটাৰ।
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বনিম্ন জিলাখন আছিল কামৰূপ (মেট্ৰো)
  • কামৰূপ (মেট্ৰো) জিলাৰ মাটিকালিৰ আছিল ৯৫৫ বৰ্গ কিলোমিটাৰ।

20) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বনিম্ন আছিল?
a) নগাঁও
b) ডিমা হাছাও
c) কাৰ্বি আংলং
d) কামৰূপ(ম)

উত্তৰ: b) ডিমা হাছাও

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ডিমা হাছাও জিলাৰ জনসংখ্যা সৰ্বনিম্ন আছিল
  • ডিমা হাছাও জিলাৰ জনসংখ্যা আছিল ২,১৪,১০২ জন

21) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক আছিল ?
a) নগাঁও
b) ডিমা হাছাও
c) কাৰ্বি আংলং
d) কামৰূপ(ম)

উত্তৰ: b) ডিমা হাছাও

ব্যাখ্যা :-

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ডিমা হাছাও জিলাৰ জনসংখ্যা সৰ্বনিম্ন আছিল।
  • ডিমা হাছাও জিলাৰ জনসংখ্যা আছিল ২,১৪,১০২ জন
  • আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ নগাঁও জিলাৰ জনসংখ্যা সৰ্বাধিক আছিল।
  • নগাঁও জিলাৰ জনসংখ্যা আছিল ২৮,২৩,৭৬৮ জন

22) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছিল ?
a) 2200
b) 2201
c) 2202
d) 2203

উত্তৰ: c) 2202

23) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাওঁ আছিল ?
a) 24203
b) 25395
c) 26395
d) 27001

উত্তৰ: c) 26395

24) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত কিমানটা ৰাজহ চক্ৰ আছিল?
a) 184
b) 214
c) 219
d) 220

উত্তৰ: a) 184

25) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত মুঠ পৰিয়ালৰ সংখ্যা কিমানটা আছিল?
a) 985594
b) 5420877
c) 6406471
d) 26395

উত্তৰ: c) 6406471

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত মুঠ পৰিয়ালৰ সংখ্যা আছিল ৬৪,০৬,৪৭১ ।
  • যাৰ ভিতৰত গ্ৰাম্য পৰিয়ালৰ সংখ্যা আছিল ৫৪,২০,৮৭৭ ।
  • আৰু চহৰীয়া পৰিয়ালৰ সংখ্যা আছিল ৯,৮৫,৫৯৪।

26) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্য কোনখন আছিল? 
a) মেঘালয়
b) মিজোৰাম
c) ছিকিম
d) ত্ৰিপুৰা

উত্তৰ: c) ছিকিম

ব্যাখ্যা :-

StateArea(Km2) ( According to 2011 census )
Arunachal Pradesh83,743
Assam78,438
Meghalaya22,429
Manipur22,327
Mizoram21,081
Nagaland16,579
Tripura10,486
Sikkim7,096

27) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন আছিল? 
a) মেঘালয়
b) মিজোৰাম
c) ছিকিম
d) অৰুণাচল প্ৰদেশ

উত্তৰ: d) অৰুণাচল প্ৰদেশ

ব্যাখ্যা :-

StateArea(Km2) ( According to 2011 census )
Arunachal Pradesh83,743
Assam78,438
Meghalaya22,429
Manipur22,327
Mizoram21,081
Nagaland16,579
Tripura10,486
Sikkim7,096

28) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ কম আছিল? 
a) মেঘালয়
b) ছিকিম
c) মিজোৰাম
d) ত্ৰিপুৰা

উত্তৰ: b) ছিকিম

ব্যাখ্যা :-

StatePopulation ( According to 2011 census )
Assam3,12,05,576
Tripura36,73,917
Meghalaya29,66,889
Manipur28,55,794
Nagaland19,78,502
Arunachal Pradesh13,83,727
Mizoram10,97,206
Sikkim6,10,577

29) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক আছিল? 
a) মেঘালয়
b) অৰুণাচল প্ৰদেশ
c) মিজোৰাম
d) অসম

উত্তৰ: d) অসম

ব্যাখ্যা :-

StatePopulation ( According to 2011 census )
Assam3,12,05,576
Tripura36,73,917
Meghalaya29,66,889
Manipur28,55,794
Nagaland19,78,502
Arunachal Pradesh13,83,727
Mizoram10,97,206
Sikkim6,10,577

30) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল
a) মেঘালয়
b) ছিকিম
c) মিজোৰাম
d) ত্ৰিপুৰা

উত্তৰ: a) মেঘালয়

ব্যাখ্যা :-

StateIncrease ( According to 2011 census )
India17.64%
Meghalaya27.95%
Arunachal Pradesh26.03%
Manipur24.50%
Mizoram23.48%
Assam17.07%
Tripura14.84%
Sikkim12.89%
Nagaland-0.58%

31) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বনিম্ন আছিল
a) মেঘালয়
b) ছিকিম
c) নাগালেণ্ড
d) ত্ৰিপুৰা

উত্তৰ: c) নাগালেণ্ড

ব্যাখ্যা :-

StateIncrease ( According to 2011 census )
India17.64%
Meghalaya27.95%
Arunachal Pradesh26.03%
Manipur24.50%
Mizoram23.48%
Assam17.07%
Tripura14.84%
Sikkim12.89%
Nagaland-0.58%

32) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ দশকীয় বৃদ্ধি (decadal growth rate) ঋণাত্মক আছিল?
a) মণিপুৰ
b) নাগালেণ্ড
c) অৰুণাচল প্ৰদেশ
d) মিজোৰাম

উত্তৰ: c) নাগালেণ্ড

ব্যাখ্যা :-

  • 2011 চনৰ লোকপিয়ল অনুসৰি, 2001-2011 বৰ্ষৰ  নাগালেণ্ডৰ জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ হাৰ আছিল (-0.58%) ।
  • নাগালেণ্ড একমাত্ৰ ৰাজ্য যিয়ে ২০১১ চনৰ লোকপিয়লত নেতিবাচক জনসংখ্যা বৃদ্ধি নথিভুক্ত কৰিছে।

33) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিমিত  সৰ্বাধিক আছিল ? 
a) মিজোৰাম
b) অৰুণাচল প্ৰদেশ
c) ত্ৰিপুৰা
d) অসম

উত্তৰ: d) অসম

ব্যাখ্যা :-

StateDensity (Per square kilometer)
India382
Assam398
Tripura350
Meghalaya132
Manipur128
Nagaland119
Sikkim86
Mizoram52
Arunachal Pradesh17

34) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিমিত  সৰ্বনিম্ন আছিল ? 
a) মিজোৰাম
b) অৰুণাচল প্ৰদেশ
c) ত্ৰিপুৰা
d) অসম

উত্তৰ: b) অৰুণাচল প্ৰদেশ

ব্যাখ্যা :-

StateDensity (Per square kilometer)
India382
Assam398
Tripura350
Meghalaya132
Manipur128
Nagaland119
Sikkim86
Mizoram52
Arunachal Pradesh17

35) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বাধিক আছিল? 
a) মেঘালয়
b) অৰুণাচল প্ৰদেশ
c) মিজোৰাম
d) অসম

উত্তৰ: c) মিজোৰাম

ব্যাখ্যা :-

StateLiteracy rate ( According to 2011 census )
India74.04
Mizoram91.33
Tripura87.22
Sikkim81.42
Nagaland79.55
Manipur76.94
Meghalaya74.43
Assam72.19
Arunachal Pradesh65.38

36) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বনিম্ন আছিল? 
a) মেঘালয়
b) অৰুণাচল প্ৰদেশ
c) মিজোৰাম
d) অসম

উত্তৰ: b) অৰুণাচল প্ৰদেশ

ব্যাখ্যা :-

StateLiteracy rate ( According to 2011 census )
India74.04
Mizoram91.33
Tripura87.22
Sikkim81.42
Nagaland79.55
Manipur76.94
Meghalaya74.43
Assam72.19
Arunachal Pradesh65.38

37) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ লিংগ অনুপাত (Sex-Ratio)সৰ্বাধিক আছিল? 
a) মেঘালয়
b) অৰুণাচল প্ৰদেশ
c) ত্ৰিপুৰা
d) অসম

উত্তৰ: a) মেঘালয়

ব্যাখ্যা :-

StateSex-Ratio ( According to 2011 census )
India940
Meghalaya989
Manipur985
Mizoram976
Tripura960
Assam958
Arunachal Pradesh938
Nagaland931
Sikkim890

38) ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ লিংগ অনুপাত (Sex-Ratio) সৰ্বনিম্ন আছিল? 
a) মেঘালয়
b) ছিকিম
c) ত্ৰিপুৰা
d) অসম

উত্তৰ: b) ছিকিম

ব্যাখ্যা :-

StateSex-Ratio ( According to 2011 census )
India940
Meghalaya989
Manipur985
Mizoram976
Tripura960
Assam958
Arunachal Pradesh938
Nagaland931
Sikkim890

Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top